বৰপেটাঃ বৰপেটাত NIAৰ জালত মাদ্ৰাছাৰ এজন অধ্যক্ষ।

ধৃত অধ্যক্ষজন মামিনুল ৰছিদ।

মামিনুলৰ ঘৰ হাউলীৰ হাজীপাৰা গাঁৱত।

জেহাদীৰে সম্পৰ্ক থকাৰ সন্দেহত হাউলীৰ পৰা সোধপোচৰ বাবে আটক কৰে মামিনুল ৰছিদক।
লগতে পঢ়কঃঅসমত ধৰা পৰিল শীৰ্ষ মাওবাদী নেতা কাঞ্চনদা

মামিনুলক স্বাস্থ্য পৰীক্ষাৰ বাবে বৰপেটা মেডিকেললৈ নিয়া হৈছে।

উল্লেখ্য যে, বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল বাংলাদেশী অল কায়ডা জেহাদী মহম্মদ সুমনৰ লগতে পাঁচজনক।
ইয়াৰ পিছতেই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply