বৰপেটাঃ বৰপেটাৰ হাঁহচৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
আৰক্ষীয়ে আজিজুল খান নামৰ এজন লোকৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ ৬২টা কফ চিৰাপৰ বটল জব্দ কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়কঃবাইক ষ্টান্ট কৰি যুৱকে মহতিয়ালে দুই পথাচাৰীক
আৰক্ষী অহাৰ উমান পাইয়ে পলায়ন কৰে আজিজুল খান।
বৰ্তমান আৰক্ষীয়ে আজিজুলৰ সন্ধানত তদন্ত চলাই আছে।