গুৱাহাটীঃ কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক পৰীক্ষা দিবলৈ অনুমতি।
কাৰাবন্দী অৱস্থাতে পৰীক্ষা দিব পাৰিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁয়ে।
গোলাঘাট সত্ৰ ন্যায়াধীশ আদালতে দিলে এই নিৰ্দেশনা।
স্নাতক ২য় ষাণ্মাসিকৰ পৰীক্ষাত বহিব পাৰিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।
নিৰাপত্তাৰক্ষীৰ উপস্থিতিত বৰ্ষাশ্ৰী বহিব লাগিব পৰীক্ষাত।