নগাওঁঃ বটদ্ৰৱাত শনিবাৰে আৰক্ষী থানা জ্বলোৱা ঘটনাক কেন্দ্ৰ কৰি আজি পুৱতি নিশা নগাঁও জিলাৰ আৰক্ষী-প্ৰশাসনে ছালনাবড়ী ছফিকুল ইছলামৰ বাসগৃহ উচ্ছেদ কৰিছে। লগতে ১৫ গৰাকী মহিলা, ৪জন পুৰুষক আটক কৰি নগাওঁ সদৰ থানাত সোধ-পোছ অব্যাহত ৰাখিছে।

ইফালে, বটদ্ৰৱা কাণ্ডক লৈ বটদ্ৰৱা থানৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয়- ”বটদ্ৰৱাবাসী শংকিত হৈ আছো। মুখ্যমন্ত্ৰীক অনুৰোধ গুৰুজনাৰ জন্মস্থানক সুৰক্ষিত কৰক। আমাক আতংকমুক্ত কৰক। গুৰুজনাৰ জন্মস্থানক সকলো ধৰণৰ আতংকময় পৰিৱেশৰ পৰা মুক্ত কৰক।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply