নগাঁওঃ বটদ্ৰৱা কাণ্ডত জড়িতৰ সন্দেহত পুনৰ দুজনক আটক।

আৰক্ষীয়ে আটক কৰিলে ইমৰান হুছেইন আৰু মাইনুল হক নামৰ দুজন অভিযুক্তক।

বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাত দুয়োকে জেৰা কৰি থকা হৈছে ।

আৰক্ষীয়ে নগাঁৱৰ চলচলিৰ পৰা দুয়োকে আটক কৰিছে।

ইমৰান হুছেইনৰ ঘৰ গৰৈমাৰীত।

ইমৰান হুছেইনৰ ঘৰ গৰৈমাৰীত বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃদৰংৰ পৰা গ্ৰেপ্তাৰ বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,588 other subscribers

Leave a comment

Leave a Reply Cancel reply