নগাঁওঃ বটদ্ৰৱা কাণ্ডত জড়িতৰ সন্দেহত পুনৰ দুজনক আটক।
আৰক্ষীয়ে আটক কৰিলে ইমৰান হুছেইন আৰু মাইনুল হক নামৰ দুজন অভিযুক্তক।
বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাত দুয়োকে জেৰা কৰি থকা হৈছে ।
আৰক্ষীয়ে নগাঁৱৰ চলচলিৰ পৰা দুয়োকে আটক কৰিছে।
ইমৰান হুছেইনৰ ঘৰ গৰৈমাৰীত।
ইমৰান হুছেইনৰ ঘৰ গৰৈমাৰীত বুলি জানিব পৰা গৈছে।