বটদ্ৰৱাঃ বটদ্ৰৱাৰ ঐতিহাসিক আই কনকলতা থানত চুৰিকাণ্ড।

চোৰে লুটি নিলে ৫ কেজি সোণ, ৩ কেজি ৰূপ, পিতলৰ গছা, তাল, অলংকাৰৰ লগতে আই কনকলতাৰ ব্যৱহৃত সামগ্ৰী।

লগতে পঢ়কঃহোজাইত ভুৱা পাচপৰ্ট, ভোটাৰ কাৰ্ড আৰু আধৰ কাৰ্ডসহ তিনিজনক গ্ৰেপ্তাৰ

বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্নিফাৰ ডগৰ সহায়ত অনুসন্ধান আৰম্ভ কৰিছে।

উল্লেখ্য যে, যোৱা নিশা উক্ত অঞ্চলটোৰ পাঁচটাকৈ ধৰ্মীয় অনুষ্ঠানত চুৰে লুটপাট চলায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply