ধেমাজিঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত সেৱা সু-শাসন আৰু গৰীৱ কল্যাণ মূলমন্ত্ৰৰে যোৱা ৩১ মে’ পৰা এলানি কাৰ্যক্ৰম অনুষ্ঠিত কৰা হৈছে।

ইয়াৰ লগত সংগতি ৰাখি আজি ধেমাজি কাছাৰী ময়দানত বিজেপি জিলা সমিতিৰ উদ্যোগত চৰকাৰী আঁচনি লাভ কৰা হিতাধিকাৰী সম্মিলন অনুষ্ঠিত হয়।

এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিং উপস্থিত থাকে। লগতে সাংসদ প্ৰদান বৰুৱা, শিক্ষা মন্ত্ৰী ৰনোজ পেগু, জিলা, বিজেপি দলৰ সকলো স্তৰৰ বিষয়ববীয়া উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply