গুৱাহাটীঃ ভঙাগড়ৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আৰক্ষীৰ জালত।
আয়েশা খাতুন নামৰ মহিলাগৰাকীক হস্পিতালৰ ভিতৰতে কৰা হৈছিল হত্যা।
GMCHৰ পুৰণি বিল্ডিঙৰ দ্বিতীয় মহলাত উদ্ধাৰ কৰা হৈছিল আয়েশা খাতুন নামৰ এগৰাকী মহিলাৰ মৃতদেহ।
২৭ফেব্ৰুৱাৰীত এই হত্যাকাণ্ড সংঘটিত হৈছিল।
লগতে পঢ়কঃঅসমত ধৰা পৰিল শীৰ্ষ মাওবাদী নেতা কাঞ্চনদা
এই ঘটনা সংঘটিত হোৱাৰ পিছতেই পলাতক অৱস্থাত আছিল মহিলা গৰাকীৰ স্বামী হাদী আলী। আৰক্ষীয়ে তদন্ত চলাই পলাতক অৱস্থাত কৰায়ত্ত কৰে হাদী আলীক।
গোলকগঞ্জত আত্মগোপন কৰি আছিল ঘাটক হাদী আলী।