লখিমপুৰৰ একলব্য নাট্য গোষ্ঠীৰ উদ্যোগত তিনিদিনীয়াকৈ অহা ৫,৬ আৰু ৭ এপ্ৰিলত অনুষ্ঠিত হ’ব অসম ভিত্তিত ভাওনা সমাৰোহ।

অসম ভিত্তিত ভাওনা সমাৰোহৰ আজি পবিত্ৰ লাইখুটা লখিমপুৰ জিলাৰ সোৱণশিৰি কলেজৰ খেলপথাৰত স্থাপন কৰা হয় ।

গায়ন-বায়ন, উৰুলি ধ্বনিৰ মাজেৰে লাইখুটা স্থাপন কৰে কাটৰি চাপৰি হাইস্কুলৰ শিক্ষক বিদ্যুৎ মহন্তই।
অনুষ্ঠানৰ আঁত ধৰে ভাওনা সমাৰোহ উদযাপন সমিতিৰ যুতীয়া সম্পাদক ৰিতুপৰ্ণ কোচ আৰু মনোজ শইকীয়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply