নিউজ ডেস্ক– বিহালীৰ মোনাবাৰী ৰেল ষ্টেচনৰ সমীপত ভয়াৱহ ৰেল দুৰ্ঘটনা ৷ যোৰহাটৰ পৰা নতুন দিল্লী অভিমুখী ৰেলৰ খুন্দাত নিহত এজন । নিহতজন উত্তৰ জিনজিয়াৰ দীপক দে বুলি জানিব পৰা হৈছে ৷

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ৰেল আৰক্ষী আৰু জিনজিয়া আৰক্ষী। বৰ্তমান ৰেল আৰক্ষী আৰু জিনজিয়া আৰক্ষীয়ে নিহত ব্যক্তিজনৰ মৃতদেহ মৰণোত্তৰ পৰিক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰিছে হুলি জানিব পৰা গৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply