বিশ্বনাথঃ অসম গোর্খা সন্মিলন বিশ্বনাথ জিলা সমিতিৰ নৱম ত্রিবার্ষিক অধিৱেশন শনিবাৰৰ পৰা বিহালী গাওঁ পঞ্চায়তৰ সমূহীয়া ভৱনত অনুষ্ঠিত হয়।

১০ আৰু ১১ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিৱেশনৰ মূল পতাকা উত্তোলন কৰে

জিলা সভাপতি জয় কুমাৰ সুতাৰে ।

আৰু পঢ়কঃ ৰাজ্যত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি,১২৬৩ জন আক্ৰান্ত

ইয়াৰ পিছতে জিলা পদাধিকাৰী, বিশিষ্ট ব্যক্তি, অভ্যর্থনা সমিতিৰ সদস্যই ৯খন পতাকা উত্তোলন কৰে।

আৰু পঢ়কঃ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ কভিড-১৯ পৰীক্ষাৰ তিনিদিনীয়া কাৰ্যসূচী

স্মৃতি তৰ্পনৰ শুভাৰম্ভ কৰে অভ্যর্থনা সমিতিৰ সভাপতি। সম্পূৰ্ণ কভিড ১৯ প্র’টকল ৰক্ষা কৰি অধিৱেশন হ’ব বুলি উদ্যোগতাই জানি‌বলৈ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply