মৰাণঃ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙে অসমবাসী ৰাইজলৈ মুকলি কৰি দিছে এটি নতুন গীত “ডিস্ক ডান্স”।

কণ্ঠশিল্পীগৰাকীয়ে জন্মদিনৰ দিনা অসমবাসী ৰাইজলৈ মুকলি কৰি দিছে গীতটো।

মৰাণৰ সেউজপুৰস্থিত বাসগৃহত শিল্পীগৰাকীৰ ভাতৃ ধমেশ্বৰ চাউদাঙে উন্মোচন কৰিলে গীতটি। 

গীতটোৰ মুকলি অনুষ্ঠানত বিহুৰ থলুৱা বাদ্যযন্ত্ৰবোৰ এলাগী হৈ পৰাত ক্ষোভিত হৈ পৰিছে শিল্পী বিপিন চাউদাং।
লগতে পঢ়কঃ‘জ্বলন্ত মহানগৰ আৰু অন্যান্য অনূদিত গল্প’ শীর্ষক গ্রন্থ উন্মােচন

লাহে লাহে ঢোল-পেপা আদিৰ গুৰুত্ব নোহোৱা হ’ব ধৰিছে। অসমীয়া বুলি গৌৰৱ কৰিলেই নহ’ব। অসমীয়াৰ জাতীয়তাবাদক উপলব্ধি কৰিব লাগিব বুলি দোহাই দিয়ে শিল্পীগৰাকীয়ে ।

এই  অনুষ্ঠানটোত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply