নৃত্য-গীতেৰে কলাগুৰলৈ শ্ৰদ্ধাঞ্জলি

তেজপুৰ: কলাগুৰু বিষ্ণুৰাভা ৫২ সংখ্যক স্মৃতি দিৱস সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো কভিড সৃষ্ট পৰিবেশৰ মাজেৰে উদযাপন কৰে । পুৱা কলাগুৰু বিষ্ণুৰাভা সমাধিক্ষেত্ৰত অসংখ্য লোকৰ সমাগম ঘটে । কোভিড নীতি নিয়ম পালন কৰি নৃত্য গীতেৰে ৰাভালৈ শ্ৰদ্ধাঞ্জলি জনাইছে তেজপুৰৰ শিল্পীসকলে।

তেজপুৰৰ বিধায়ক পৃথীৰাজ ৰাভা

তেজপুৰ সমষ্টিৰ বিধায়ক তথা বিষ্ণুৰাভাৰ পুত্ৰ পৃথীৰাজ ৰাভা, সংকল্প অসম , তেজপুৰ আছু, তেজপুৰ সাহিত্য সভা,উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভা ,বাণ থিয়েটাৰ,জ্যোতি ভাৰতীকে ধৰি বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ লগতে সমাধিক্ষেত্ৰ পৰিচালনা সমিতি ,জিলা উপায়ুক্ত প্ৰশাসন বিষয়া কমচাৰীৰ উপস্থিত কলাগুৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ইয়াৰ লগতে বিভিন্ন সাংস্কৃতিক দলে সমাধিক্ষেত্ৰ গীতে মাতে মুখৰিত কৰি তোলে । শোনিতপুৰত বাসী ৰাইজৰ আজিৰ এই পৱিত্ৰ দিনটোত বণাঢ়্য কাৰ্য্যসূচীৰে ৰাজহুৱা ৰাভা দিৱস কায্যসুচী পালন কৰে ।

লগতে পঢ়ক হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল হোৱাৰ বাবেই আত্মহত্যা এগৰাকী মেধাবী ছাত্ৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply