বিশ্বনাথঃবিশ্বনাথৰ ভাচা তাপুত উদ্ধাৰ হোৱা বেগটো মাজুলীৰ নাও দুৰ্ঘটনাত সন্ধানহীন হৈ থকা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি নিশ্চিত কৰে আৰক্ষীয়ে।

মঙলবাৰে পুৱাৰ ভাগত মুনাফ আলি নামৰ এজন ব্যক্তি আৰু তেখেতৰ পত্নীয়ে খৰি আনিবলৈ যাওতে প্ৰত্যক্ষ কৰিছিল বেগটো।

মুনাফ আলিয়ে বেগটো উদ্ধাৰ কৰি স্থানীয় ৰাইজৰ সহযোগত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ লগতে বিশ্বনাথ ঘাট নদী আৰক্ষী বাহিনীক খবৰ দিয়ে।

লগতে পঢ়কঃপুনৰ হোজাই জিলাৰ শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

বেগটোৰ ভিতৰত গুৰুত্বপূৰ্ণ নথি-পত্ৰয়ো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

বেগটো নিৰীক্ষণ কৰি নিৰুদ্দেশ হৈ থকা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply