ইষ্টম'জ' অসম
ইষ্টম'জ' অসম

বিশ্বনাথঃ বিশ্বনাথ মহাবিদ্যালয়ৰ ৫৭ সংখ্যক মহাবিদ্যালয় সপ্তাহৰ আয়োজন কৰা হৈছে। বিভিন্ন বৰ্ণাঢ্য় কাৰ্যসূচীৰ মাজেৰে ৪তাৰিখৰ পৰা মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰা হৈছে।

মহাবিদ্যালয়সপ্তাহত প্ৰাচীৰ প্ৰত্ৰিকা প্ৰতিযোগিতা আজিৰ অন্যতম কাৰ্যসূচী।

মহাবিদ্যালয়খনৰ ১৫ টা বিভাগে অংশ গ্ৰহণ কৰা প্ৰাচীৰ প্ৰত্ৰিকা প্ৰতিযোগিতাখনিৰ শুভ উদ্ধোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিন্তামণি শৰ্মাই ।

বিচাৰক হিচাপে উপস্থিত থাকে চাৰিআলি উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ অধ্যক্ষা স্বপ্না বৰা দাস আৰু যুৱ সাহিত্য বঁটা প্ৰাপক অঞ্জন বাচকোটা ৷

ইষ্টম’জ’ অসম

প্ৰাচীৰ প্ৰত্ৰিকা প্ৰতিযোগিতাৰ বঁটা তিনিটা বিভাগ বুৰঞ্জী বিভাগ,অসমীয়া বিভাগ আৰু পদাৰ্থ বিজ্ঞান বিভাগে ক্ৰমে প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

লগতে জুৰীৰ বিশেষ বঁটা লাভ কৰে ৰসায়ন বিজ্ঞান বিভাগে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply