নিউজ ডেস্কঃ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই প্ৰাণ হেৰুৱালে বিজেপি ৱাৰ্ড কমিচনাৰে। শিৱসাগৰস্থিত প্ৰগতি নাৰ্ছিং হোমত সংঘটিত হৈছে এই ঘটনা।

শিৱসাগৰস্থিত প্ৰগতি নাৰ্ছিং হোমত চিকিৎসকৰ অৱহেলা আৰু ভুল চিকিৎসাৰ বাবেই শিৱসাগৰ জিলা বিজেপি দলৰ, পৌৰসভা ৱাৰ্ড কমিচনাৰ উপমা বৰাৰ মৃত্যু হয় ৷ 

উল্লেখ্য যে, উপমা বৰা শিৱসাগৰ পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ অথবা ফুকন নগৰৰ নিৱাসী আছিল। উপমা বৰাৰ চিকিৎসকৰ অৱহেলাত মৃত্যু হোৱাৰ অভিযোগৰ কৰাৰ পিছতেই নিশা নাৰ্চিং হোম খনত আত্মীয় স্বৰ্জনে পৰিৱেশ উত্তাল কৰি তোলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply