অসমত প্ৰথমজন ব্লেক ফাংগাছত সন্দেহত আক্ৰান্ত যুৱকৰ মৃত্যু।
যুৱক জনৰ নাম প’লমনি বৰা ।
২৭ বছৰীয়া যুৱকজনৰ ঘৰ মৰিগাঁও জিলাৰ ধিঙৰ চমুৱা গাৱঁত ।
বুধবাৰে পুৱা ৬ বজাত গুৱাহাটী এপল’ হাস্পতালত মৃত্যু হয় যুৱক জনৰ ।
যোৱা ৬ মে ত ধিং এফ আৰ ইউ ত টেষ্ট কৰোতে ধৰা পৰিছিল ক’ভিড পজিটিভ।
সেই দিনাই স্বাস্ব্য বিভাগে প্ৰেৰণ কৰিছিল নগাঁৱলৈ
১৩ মে ত নিগেটিভ হোৱাত যুৱকজন নিজ ঘৰলৈ আহে
যুৱক জনৰ স্বাস্থ্য পুনৰ অৱনতি হোৱাত ১৫ মে ত গুৱাহাটীৰ এপল’ হস্পিতালত ভৰ্তি কৰাইছিল ।
যুৱক জনৰ দেহত ব্লেক ফাংগাছৰ উপস্থিতি পোৱা বুলি প্ৰকাশ পাইছিল ।
হাস্পতাল কৰ্তৃপক্ষৰ পৰা আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ।
আৰু পঢ়ক পৃথিৱীৰ অসুখৰ মাজতো ৰূপে-ৰঙে জাতিষ্কাৰ বিনন্দীয়া প্ৰকৃতি