সোণাৰিঃ সোণাৰিত আজি ৰক্তদান শিবিৰ আৰু এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোতিৰ্ময় সমাজ চমুকৈ warriorsৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু পিবি চিকিৎসালয়ৰ সহযোগত সোণাৰিত অনুষ্ঠিত কৰা হয় এই ৰক্তদান শিবিৰ আৰু সজাগতা সভা।

সোণাৰিৰ পি বি চিকিৎসালয় আৰু ৰোগ নিৰ্ণয় গৱেষণা কেন্দ্ৰত অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচী। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৃক্ষৰোপণ কৰাৰ পাছতে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অৰ্ধশতাধিক লোকে আজি ৰক্তদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply