ফকিৰগঞ্জঃ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল ১৫খনকৈ যন্ত্ৰচালিত নাও।

নিশা অহা প্ৰবল ধুমুহাৰ ফলতে ডুব গ’ল নাও কেইখন।

এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে ১১খন নাও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

এতিয়াও চাৰিখন নাৱৰ সন্ধান পোৱা নাই।

লগতে পঢ়কঃগাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে পথ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply