বৈঠালাংছ‘ঃ ড্ৰাগছৰ বিৰুদ্ধে বৈঠালাংছ’ আৰক্ষীৰ অভিযান।
বৈঠালাংছ’ৰ ডংকামোকামৰ পৰা নিচাযুক্ত ড্ৰাগছসহ আটক এজন।
আটকাধীন যুৱকজন মৰিগাঁৱৰ নেলীৰ অংকুৰ বৰা।
লগতে পঢ়কঃসদৌ অসম ষ্টেট পুল শিক্ষক সন্থাৰ সংবাদমেল
ধৃত যুৱকজনৰ পৰা ১.২৬ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন, ২০টা নিচাযুক্ত টেবলেট, দুটা খালী কন্টেইনাৰ,দুটা বেজীৰ চিৰিঞ্জ,দুটা ম’বাইল হেণ্ডচেট জব্দ কৰা হয়।