বৈঠালাংছুঃ কাৰ্বিআংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী ৷

ইতিমধ্যে নিৰ্বাচনক লৈ চিণ্ঠংপৰিষদীয় সমষ্টিত বিজেপি দলে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে।

৩নং চিণ্ঠং পৰিষদীয় সমষ্টিত চিণ্ঠং বিজেপি মনদল কমিটি উদ্যোগত আয়োজন কৰে পলিং ষ্টেচন ভ্ৰমণ কাৰ্য্যসূচী ৷

লগতে পঢ়কঃকামৰূপ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা ভিত্তিত বক্তৃতা প্ৰতিযোগিতা

বুধবাৰে পৰা আৰম্ভ কৰা পলিং ষ্টেচন ভ্ৰমণ কাৰ্য্যসূচী শুকুৰবাৰৰ লৈকে সম্পূৰ্ণ হয়। এই কাৰ্যসূচীত উপস্থিত থাকে চিন্ঠং পৰিষদ সমষ্টিৰ ‍MAC তথা কাৰ্বিপৰিষদৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি, চিন্ঠং বিজেপি মণ্ডল কমিটি সভাপতি জয়ছিং বংৰুম, VDC অধ্যক্ষ থৰছিং চেনাৰকে ধৰি বহু কেইগৰাকী বিজেপি দলীয় নেতা-কৰ্মী উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply