বৈঠালাংছুঃ পশ্চিম কাৰ্বিআংলঙত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় এটি বাসগৃহ।
হামৰেণ নতুন বজাৰৰ নিৰ্মল ৰয়ৰ বাসগৃহত সংঘতিত এই অগ্নিকাণ্ড ।
লগতে পঢ়কঃমাৰ্ঘেৰিটা মাকুমকিল্লাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন
অগ্নিকাণ্ডত এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত বৃদ্ধি পায় জুইৰ লেলিহান শিখা ।
পিছে কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই।