বৈঠালাংছুঃ পশ্চিম কাৰ্বিআংলঙত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় এটি বাসগৃহ।

হামৰেণ নতুন বজাৰৰ নিৰ্মল ৰয়ৰ বাসগৃহত সংঘতিত এই অগ্নিকাণ্ড ।

লগতে পঢ়কঃমাৰ্ঘেৰিটা মাকুমকিল্লাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

অগ্নিকাণ্ডত এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত বৃদ্ধি পায় জুইৰ লেলিহান শিখা ।

পিছে কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,758 other subscribers

Leave a comment

Leave a Reply