বোকাজানঃ বোকাজানত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

নাগালেণ্ডৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা ৮৫ টা বাকচত ১ কেজি ৪০ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৮ কোটি টকা।

লগতে পঢ়কঃঢেকিয়াজুলিৰ কেহেৰুখুন্দাত আৰক্ষীৰ গুলীচালনা

এক গোপন খবৰৰ ভিত্তিত বোকাজান আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে নাগালেণ্ডৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনে ধনশিৰী নদীৰ জলপথেৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছলৈ অসমত প্ৰৱেশ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply