বোকাজানঃ বোকাজানৰ হোটেল ড্ৰিম স্কাইত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।

খটখটি আৰক্ষীৰ বিশেষ অভিযানত জব্দ ২৪০.১৫ গ্ৰাম ড্ৰাগছ।

১৯ টা চাবোনৰ বাকচত আনিছিল ড্ৰাগছখিনি।

আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ লগতে জড়িত চায়েদ আহমেদ নামৰ ব্যক্তিজনকো আটক কৰিছে।

লগতে পঢ়কঃযোৰাবাটত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ

জব্দকৃত ড্ৰাগছখিনিৰ বজাৰমূল্য ১.৫ কোটি টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

ডিমাপুৰৰ পৰা অসমলৈ আনিছিল ড্ৰাগছখিনি।

ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply