বোকাজানত আজি বিধ্বংসী অগ্নিকাণ্ডই বহু পৰিমানৰ ক্ষয় ক্ষতি কৰে।
বোকাজান বজাৰৰ মাজত সংঘটিত এই অগ্নিকাণ্ড।
কেইবাখনো গেলামাল দোকানৰ গুদাম জুইত ভস্মীভূত হয়।
কোটি টকাৰ সা সম্প্ৰতি জুইত ভস্মীভূত।
লেলিহান শিখাই আৱৰি ধৰে বোকাজান বজাৰখন।
ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়।
অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই।
বোকাজানৰ ব্যৱসায়ী চিপক দে’ৰ, নীতিশ সিং, বাদল দে’ প্ৰণৱ ৰয় গুদামত এই অগ্নিকাণ্ডৰ সূচনা হয়।