বোকাজানঃ বোকাজানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ।

বোকাজানৰ বৰপথাৰ আৰক্ষীৰ তালাচীত জব্দ ডেৰ কুইণ্টল গাঞ্জা।

ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী MN 04C 0332 নম্বৰৰ এখন টেংকাৰৰ পৰা জব্দ গাঞ্জাখিনি।

লগতে পঢ়কঃপ্রবীণ অভিনেতা, সমাজকৰ্মী ফণীন্দ্ৰ কুমাৰ চৌধুৰীৰ দেহাৱসান

ঘটনা সন্দৰ্ভত জয়মণি সিনহা, হাকিম বসুমতাৰী, আৰু অমৰজিত সিঙক নামৰ লোককেইজনক আটক কৰিছে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply