বোকাখাতঃ বোকাখাতৰ বৰছাপৰিত শোকাৱহ পথ দুৰ্ঘটনা।
তীব্ৰবেগী বাইক -ডি আই বাহনৰ মুখামুখী সংঘৰ্ষত থিতাতে নিহত এজন বাইক আৰোহী।
আৰু পঢ়কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত খৰ্গ বিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ
সংকটজনক অৱস্থাত আন এজন বাইক আৰোহীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
দুৰ্ঘটনা সংঘটিত হোৱা ডি আই খনৰ নম্বৰ এ এছ ১৩ এচি ১৩৬০ আৰু বাইকখনৰ নম্বৰ এ এছ ৩১ ৪৪০৪ ।
আৰু পঢ়কঃ লাকুৱাৰ অ এন জি চিৰ তৈলক্ষেত্ৰৰ পৰা তিনি কৰ্মচাৰীক অপহৰণ