গোলাঘাট: ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান। ধনশিৰি মহকুমাৰ বৰপথাৰত আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে ৪ ড্ৰাগছ সহসৰবৰাহকাৰী।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজন ৰঞ্জিত সন্দিকৈ আৰু ইন্দ্ৰজিৎ বৰা, ইন্দ্ৰজিৎ দেব আৰু মতলীব আলী।

লগতে পঢ়কঃগোলাঘাট নগৰত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল কোটি টকা মূল্যৰ সামগ্ৰী

ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা জব্দ ১১টা কন্টেইনাৰ,দুটা প্লাষ্টিক বক্স, ৭টা ড্ৰাগছভৰ্ত্তি চাবোনৰ বাকচ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply