বোকাখাতঃ সমগ্ৰ ৰাজ্যতে ক’ভিডৰ তীব্ৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰিছে।

ক’ভিডত আক্ৰান্ত হৈ বোকাখাতত এগৰাকী স্বাস্থ্যকৰ্মীৰ মৃত্যু হৈছে।

মৃত স্বাস্থ্যকৰ্মী গৰাকীৰ নাম নাগিনা বৈঠা।

নাগিনা বৈঠা কভিডত আক্ৰান্ত হৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় স্বাস্থ্যকৰ্মী গৰাকীৰ।

তেওঁ বোকাখাতৰ ছহিদ কমলা মিৰি হস্পিতালৰ কৰ্মচাৰী আছিল ৷ 

আৰু পঢ়কঃঅসমত আকৌ ৫৬৫৭জনৰ দেহত ক’ভিড পজিটিভ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply