বোকাখাতৰ গড়মুৰত লোমহৰ্ষক ঘটনা ৷
ভাইবোৱাৰীৰ দাৰ ঘাপত গুৰুত্বৰ ভাৱে আহত হ’ল বৰজনা বিজয় সিং ৰবিদাস ৷
এই ঘটনাত আহত হ’ল ভাইবোৱাৰী পিংকী ৰবিদাসো ৷ অভিযোগ মতে বৰজনাকে ভাই বোৱাৰীক অসৎ কামনা চৰিতাৰ্থ কৰাৰ চেষ্টা কৰোতেই সংঘটিত হয় ঘটনাটো ৷
দুয়োকে সংকটজনক অৱস্থাত JMCH লৈ প্ৰেৰণ কৰা হয়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply