অভয়াপুৰীঃ গণৰাজ্য দিৱসৰ আনন্দ উল্লাসৰ মাজতে বঙাইগাঁৱৰ অভয়াপুৰীত পথ দুৰ্ঘটনা ৷

দুখন বাইকৰ মাজত হোৱা মুখামুখি খুন্দাত আহত তিনিজন ।

দুৰ্ঘটনাগ্ৰস্ত বাইক দুখনৰ নম্বৰ এ এছ১৫৭০১৯ আৰু এ এছ ১৫ আৰ ০৬১৫।

আহতসকলৰ এজনৰ অৱস্থা সংকটজনক।

আহতসকলক আৰক্ষীয়ে অভয়াপুৰী সমূহীয়া স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,136 other subscribers

Leave a comment

Leave a Reply Cancel reply