অভয়াপুৰীঃ গণৰাজ্য দিৱসৰ আনন্দ উল্লাসৰ মাজতে বঙাইগাঁৱৰ অভয়াপুৰীত পথ দুৰ্ঘটনা ৷
দুখন বাইকৰ মাজত হোৱা মুখামুখি খুন্দাত আহত তিনিজন ।
দুৰ্ঘটনাগ্ৰস্ত বাইক দুখনৰ নম্বৰ এ এছ১৫৭০১৯ আৰু এ এছ ১৫ আৰ ০৬১৫।
আহতসকলৰ এজনৰ অৱস্থা সংকটজনক।
আহতসকলক আৰক্ষীয়ে অভয়াপুৰী সমূহীয়া স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰে।