বৰহাটঃ চৰাইদেউ বৰহাটত অঞ্চলটোৰ দৰিদ্ৰ লোকসকলৰ বাবে বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন।

পুৱা ১০বজাৰ পৰা দুপৰীয়া ১বজালৈ বৰহাট চাহ বাগিছা স্বাস্থ্যকেন্দ্ৰত বিনামূলীয়া চকু চিকিৎসা সেৱা আগবঢ়োৱা হৈছে।

লগতে পঢ়কঃগুৱাহাটীত দৃষ্টিহীন ল’ৰা-ছোৱালীৰ মাজত ক্ৰিকেট প্ৰতিযোগিতা

সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত এই শিবিৰৰ আয়োজন।

দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা দৰিদ্ৰলোকসকলৰ সেৱা আগবঢ়োৱাৰ স্বাৰ্থত সদৌ অসম জাতীয়তাবাদী যুৱপৰিষদৰ এই পদক্ষেপ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply