নিউজ ডেস্কঃ হোলী দিনাই তেজপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা।

পাৰিবাৰিক কন্দলৰ বাবে নিজ জ্যেষ্ঠ ভাতৃৰ বন্দুকৰ গুলীত নিহত হ’ল কণিষ্ঠ ভাতৃ।

অলক দাস নামৰ লোকজনে নিজ ভাতৃ বিষ্ণু দাসক গুলীয়াই হত্যা কৰে।

বিষ্ণু দাস থিতাতে নিহত হয় গুলীৰ আঘাতত।

অলক দাসে নিজৰ অনুজ্ঞাপত্ৰ থকা বন্দুকেৰে এই হত্যা ঘটনাটো সম্পন্ন কৰে।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰাই ঘাটক অলক দাসক গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক – শিশোদিয়াক হত্যাকাৰীৰ সৈতে তিহাৰৰ চেল নং ১ ত ৰখা হৈছিলঃ আপ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply