গুৱাহাটীঃ হোজাইত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ। লামডিঙৰ ছাউথ হিল কলনীৰ পৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৯৮৩ গ্ৰাম ব্ৰাউন চুগাৰ। জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য ১কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰিছে। আটক কৰা লোকজনৰ নাম দেবাশ হোৰে। তেওঁ ডিমাপুৰৰ পৰা হোজাইলৈ ড্ৰাগছখিনি বিক্ৰী কৰিবলৈ ৰেলযোগে আনিছিল বুলি আৰক্ষীয়ে জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply