নিউজ ডেস্কঃ কাছাৰৰ লাইলাপুৰত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী সহ হেৰ’ইন।
মিজোৰামৰ পৰা অহা এখন বাছৰ পৰা কাছাৰ আৰক্ষীয়ে জব্দ কৰে ২০বস্তা বাৰ্মিজ চুপাৰী আৰু ২৫ গ্ৰাম হেৰ’ইন ।
নিচাজাতীয় সামগ্ৰীখিনি কঢ়িয়াই অনা বাছ খনৰ নম্বৰ এম জেড ০৫এ ০৪৯৮।

লগতে পঢ়কঃআই আই টি গুৱাহাটীৰ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত ছাত্ৰক জামিনত মুকলি
দুটা চাবোনৰ কেচত লৈ আহিছিল হেৰ’ইন খিনি।
আৰক্ষীয়ে বাছখনৰ চালক লালৰোটুয়াঙ্গাক আটক কৰিছে।