ছিপাঝাৰৰ ডুমুনিচকীত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱতিনিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।
মালবাহী ট্ৰাক আৰু নাইটচুপাৰৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলত দুয়োখন গাড়ী অগ্নিদগ্ধ হয়। মুখামুখি খুন্ডা মৰাৰ ফলতেই
অগ্নিদগ্ধ হোৱাত নিহত হয় স্বপ্না নামৰ নাইট চুপাৰ খনৰ ডাইভাৰ জন । পুৱতি নিশা ৩ বজাত সংঘটিত হয় এই শোকাৱহ ঘটনা।
চিলিগুৰিৰ পৰা তিনিচুকীয়া অভিমূখে গৈ আছিল বাছখন । বাছখনৰ ১৬ গৰাকী যাত্ৰীৰ ২জনৰ অৱস্থা অতি সংকটজনক
অৱস্থাত বেজেৰা চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছে। দূৰ্ঘটনা হোৱা
ট্ৰাকখনৰ নম্বৰ NL 01 AA 0972
আৰু বাছখনৰ নম্বৰ AR 01G 3966 ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply