প্ৰতিনিধিত্বমূলক ফটো

তেজপুৰঃ ১ছেপ্টেম্বৰৰ পৰা বাছ চলিলে ৰাজ্য়ত বাঢ়িব বাছ ভাড়া। সদৌ অসম মটৰ পৰিবহণ সন্থাই ল’লে এই সিদ্ধান্ত।

তেজপুৰত অনুষ্ঠিত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সাধাৰণ সভাত ৰাজ্যখন সকলো জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি ছেপ্টেম্বৰৰ পৰা বাছৰ ভাড়া ৫০ শতাংশ বৃদ্ধি কৰা সিদ্ধান্ত লয়।

লগতে পঢ়কঃআউনীআটী সত্ৰৰ জেষ্ঠ বৈষ্ণৱ, সত্ৰীয়া সংস্কৃতিৰ সাধক ভোলাৰাম বৰা গায়নৰ দেহাৱসান

লগতে পথ কৰ ৰেহাই দিয়াৰ লগতে ইঞ্চুৰেঞ্চৰ ভেলিডিটি বঢ়াই দিয়াৰ দাবী জনাই সদৌ অসম মটৰ পৰিবহণ সন্থাই৷


ৰাজ্যৰ ২০খন জিলাৰ বাছ মালিক সন্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে সাধাৰণ সভা খন ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,276 other subscribers

Leave a comment

Leave a Reply