গুৱাহাটীঃ বৰঠাকুৰ আই এছ একাডেমীৰ মুখ্য কাৰ্যবাহী বিষয়া বন্দনা বৰঠাকুৰলৈ ‘ব্যতিক্ৰম প্ৰাইড অৱ নৰ্থ ইষ্ট ২০২১’ৰ বিশেষ সন্মান প্ৰদান কৰা কৰা হৈছে।

ব্যতিক্ৰম গ্ৰুপে বন্দনা বৰঠাকুৰলৈ আগবঢ়াইছে বিশেষ সন্মান।

কভিড প্ৰটকল অনুযায়ী যোৱা ২৩ এপ্ৰিলত মহানগৰীৰ তাজ ভিভান্টাত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান।

বন্দনা বৰঠাকুৰৰ লগতে কেইবাগৰাকীয়ো লোকক ব্যতিক্ৰম গ্ৰুপে আগবঢ়াই সন্মান।

শংখা সুভ্ৰ দেৱবৰ্মন, বন্দনা বৰঠাকুৰ, ড০ জেহিৰুল ইছলাম, লালন কুমাৰ, বাবুল আলীক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply