কাছাৰঃ বিচিত্ৰ এই পৃথিৱীত ক’ত কিমান যে ঘটনা সংঘটিত হৈ থাকে। প্ৰতিদিনে ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ খবৰ ভাইৰেল হৈ পৰা দেখা যায়।

কাছাৰৰ এক খবৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। মুখখন সাইলাখ মানুহৰ দৰে এটা ছাগলী পোৱালি জন্ম হৈছে কাছাৰৰ ধলাই বিধান সভা সমষ্টিৰ অন্তৰ্গত গংগানগৰ গাঁৱত।

লগতে পঢ়কঃসোণাৰিৰ ৰহনত বান প্ৰতিৰোধ আঁচনিৰ শুভাৰম্ভ কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে

ছাগলী পোৱালিটোৰ কাণৰ পৰা, চকুলৈ গোটেই মুখৰ অৱয়বটোৱে মানুহৰ দৰে। অদ্ভুট পোৱালিটোক চাবলৈ গৰাকীৰ ঘৰত ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে।

ছাগলী পোৱালিটোক লৈ এতিয়া ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply