নিউজ ডেস্কঃ ৰাজ্যত বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ। তুংগত উঠিছে ৫ টা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ। এতিয়া আৰম্ভ হৈছে ইজনে সিজনক বোকা চটিওৱাৰ ৰাজনীতি।

৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ।

গণেশ কছাৰীক মুখ্যমন্ত্ৰীয়ে গাখীৰ নোলোৱা গৰু বুলি কোৱা মন্তব্য়ত  ক্ষোভ উজাৰিলে নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে।
সাংবাদিকক সম্বোধন কৰি গণেশ কছাৰীয়ে কয়, “মুখ্যমন্ত্ৰীৰ চাগে Tongue Sleep হৈছে, মই গাখীৰ দিয়া গৰু নহয় মই বলধ গৰু”।
“মুখ্যমন্ত্ৰী মোৰ গাঁৱত আহি মোৰ নিৰ্বাচনী প্ৰতীক হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাই আছে, ৰাইজে মোক হেলিকপ্টাৰৰ চিনত ভোট দিব”।

লগতে পঢ়কঃনিৰ্মাণ বন্ধৰ নিৰ্দেশ দিয়া চৰকাৰে কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ অবৈধ নিৰ্মাণ কেতিয়া উচ্চেদ কৰিব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply