ধেমাজী: ধেমাজিৰ এৰাধলত AS 06 AE 3736 নম্বৰৰ বিলাসী বাহনে মহতীয়াই নিলে দোকানৰ গৰাকীক।
আহত মহিলাৰ গৰাকীক ততাতৈয়াকৈ ধেমাজিৰ অসামৰিক চিকিৎসালয়ত ভত্তি কৰোৱা হয়।
ঘটনাৰ বিবৰণী মতে পুৱাই ধন্টো দত্ত নামৰ গাড়ী চালক জনে মদ্যপান কৰি গাড়ী চলাই মহতীয়াই নিয়ে দোকান খন , সেই সময়ত দোকানত থকা মহিলাগৰাকী গুৰত্বৰ ভাবে আহত হয় ।
গাড়ী চালক গৰাকী শিক্ষক বুলি প্ৰকাশ । ততাতৈয়াকৈ আহত গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
লগতে পঢ়কঃ অসমত ক’ভিডৰ সংখ্যা কমিছে যদিও আক্ৰান্তৰ সংখ্যা এতিয়াও শতাধিকৰ তললৈ অহা নাই