হোজাইৰ জাতীয় বিদ্যালয়ত সংঘটিত হয় এক অঘটন।
হোজাই জাতীয় বিদ্যালয় প্ৰাংগণত থকা বাহনত দুৰ্বৃত্তৰ অগ্নিসংযোগ।
সম্পূর্ণ ৰূপে অগ্নিদগ্ধ হয় বিদ্যালয়ৰ বাহনখন।
ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।
ঘটনাৰ সন্দৰ্ভত বিদ্যালয় প্ৰাঙ্গনত স্থায়ীভাৱে থকা এজন শিক্ষকক কমল বেজবৰুৱাক সোধাপোছাৰ বাবে আটক কৰিছে।
ঘটনা সংক্ৰান্তত হোজাই আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক- তীৰ্থ ভূমিলৈ পৰিণত গোৰেশ্বৰৰ গাছবাৰীৰ লোক্ৰা বৰনগৰ অঞ্চল