নিউজ ডেস্কঃ ৰাজ্যৰ জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান। আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে দত্তই।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল কাৰ্টুনিষ্ট গৰাকী।এসময়ত বিস্ময় আলোচনীখনৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা কাৰ্টুনিষ্ট গৰাকীৰ কাৰ্টুনে লাভ কৰিছিল ব্যাপক চৰ্চা। 

জানিব পৰা মতে, আজি নৱগ্ৰহ শ্মশানত কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ অন্ত্য়েষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply