ধুবুৰী সীমান্তৰে বাংলাদেশলৈ অব্যাহত গৰুৰ চোৰাং সৰবৰাহ
গোলকগঞ্জৰ আগমণিত পুৱতিনিশা পুনৰ চোৰাং গৰু জব্দ
আৰক্ষীয়ে জব্দ কৰিলে ১০টা চোৰাং গৰু
এখন পিকআপ ভানত গৰুকেইটা সৰবৰাহ কৰিছিল
অৱশ্যে আৰক্ষীয়ে সৰবৰাহকাৰীক কৰায়ত্ত কৰিব নোৱাৰিলে
১০টা গৰুৰ এটাৰ ইতিমধ্যে ভানখনতে মৃত্যু হৈছিল
AS17C-4435 নম্বৰৰ পিকআপ ভানখনৰে সৰবৰাহ কৰি থকা সময়তে আৰক্ষীয়ে ধৰা পেলাই যদিও সৰবৰাহকাৰী কেইটাক ধৰাত ব্যৰ্থ হয় আৰক্ষী |
লগতে পঢ়ক-ডিফুত চাফা কৰিবলৈ গৈ কুঁৱাৰ ভিতৰত আৱদ্ধ দুই মিস্ত্ৰী