চোৰাং গৰুৰ বিৰুদ্ধে যোৰাবাট আৰক্ষীৰ অভিযান অব্যাহত
যোৰাবাট আৰক্ষীৰ জালত দুখন গৰু ভৰ্তি ট্ৰাক
নগাঁওৰ পৰা মেঘালয়লৈ নি থকা সময়ত জব্দ ট্ৰাক দুখন
গোপন সূত্ৰৰ পম খেদি যোৰাবাট আৰক্ষীয়ে জব্দ কৰিছে ৪০টা গৰু
আটক আছাবুল আলী, সুৰেন্দ্ৰৰ লোহাৰ, আলি আনছাৰি
জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে AS01-MC1408 আৰু AS04-BC0221
যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান।
যোৰাবাটত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ
নগাৱৰ পৰা মেঘালয়লৈ নি থকা সময়ত জব্দ ট্ৰাকসহ ৪০টা গৰু
