চন্দ্ৰপুৰঃ মহানগৰী চন্দ্ৰপুৰত আৰক্ষীৰ লাঠীচালনা। আৰক্ষীৰ প্ৰহাৰত আহত হয় প্ৰতিবাদকাৰী।
যোৱা ২৬ জুনৰ পৰা চন্দ্ৰপুৰত অব্যাহত আছে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ।
বুধবাৰে দিনৰ ভাগত চন্দ্ৰপুৰ ছাত্র সন্থাৰ সদস্য সকলে ৰাজপথত অৱৰোধ কৰিছিল কেইবাখনো জাবৰ কঢ়িওৱা বাহন।
আৰু পঢ়কঃঅৱশেষত ৰাজপথত নামিবলৈ বাধ্য হ’ল অতিৰিক্ত উপাযুক্ত
আৰক্ষীৰ বাধাকো নেওচি চন্দ্ৰপুৰ বাসীয়ে কৰি গৈছিল প্ৰতিবাদ। অৱশেষত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলৰ ওপৰত লাঠী চালনা কৰে। আৰক্ষীৰ লাঠীচালনাত আহত হয় কেইবাজনো লোক।
এই ঘটনাত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।