নিউজ ডেস্কঃ ৰাজ্যৰ প্ৰশাসনত ৰদ-বদল। অসমৰ ২০খন জিলাৰ উপায়ুক্তৰ সাল-সলনি কৰা হৈছে।
আয়ুষ গাৰ্গক বাক্সাৰ উপায়ুক্ত ৰূপে নিযুক্তি |
তেজ প্ৰসাদ ভূষলক বৰপেটাৰ উপায়ু্ক্ত ৰূপে বদলি কৰা হৈছে |
বিনীতা পেগুক চৰাইদেউৰ উপায়ুক্ত ৰূপে নিযুক্তি দিছে |
নৰেন্দ্ৰ কুমাৰ শ্বাহক চিৰাঙৰ উপায়ুক্ত ৰূপে নিযুক্তি দিছে |
প্ৰভাতী থাওচেনক দৰঙৰ উপায়ুক্ত ৰূপে বদলি কৰিছে |
পি বিজয় ভাস্কৰ ৰেড্ডী হ’ব ধেমাজিৰ নতুন উপায়ুক্ত |
আন্বামুথন এমপিক ধুবুৰীৰ উপায়ুক্ত নিযুক্তি দিছে |
মীনাক্ষি দাস নাথক গোৱালপাৰাৰ উপায়ুক্ত ৰূপে বদলি কৰিছে |
মানৱেন্দ্ৰ প্ৰতাপ সিঙক গোলাঘাটৰ উপায়ুক্ত ৰূপে বদলি কৰিছে |
ৰোহণ কুমাৰ ঝাক হাইলাকান্দিৰ উপায়ুক্ত ৰূপে নিযুক্তি দিছে |
অশোক কুমাৰ বৰ্মন হ’ব যোৰহাটৰ পৰৱৰ্তী উপায়ুক্ত |
সুমিত সাত্তৱানক লখিমপুৰৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে |
মেঘা নিধি দাহালক কোকৰাঝাৰৰ উপায়ুক্ত ৰূপে নিযুক্তি দিয়া হৈছে |
খৰ্গেশ্বৰ পেগুক কৰিমগঞ্জৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে |
গীতিমণি ফুকনক নলবাৰীৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে |
আৰু পঢ়কঃপুঠিমাৰী নদীৰ দুয়ো কাষৰ মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই
পাৱাৰ নাৰসিং চম্ভাজিক তিনিচুকীয়াৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে |
হিভাৰে নিসৰ্গ গৌতমক দক্ষিণ শালমৰাৰ উপায়ুক্ত ৰূপে নিযুক্তি দিছে |
পবিত্ৰ ৰাম খাউণ্ড হ’ব শোণিতপুৰৰ নতুন উপায়ুক্ত |
ড০ পি উদয় প্ৰবীণক ওদালগুৰিৰ উপায়ুক্ত ৰূপে নিযুক্তি দিয়া হৈছে |
উত্পলা শইকীয়াক পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে |