চৰাইদেউঃ দেওবাৰে চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী চিংলু টঙীয়াবস্তিত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত এটা দৰিদ্ৰ পৰিয়ালৰ বাসগৃহটো নিমিষতে ভস্মীভূত কৰি পেলালে৷ সীমান্তৱৰ্তী গাঁওখনৰ কমল মুণ্ডা নামৰ লোকজনৰ বাসগৃহত দুপৰীয়া প্ৰায় ১২ মান বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

ভয়ংকৰ ভাৱে জুইৰ শিখাই নিমিষতে সমগ্ৰ বাসগৃহটো চানি ধৰে। ফলত বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়৷ অৱেশ্যে অগ্নিকাণ্ড সময়চোৱাত পৰিয়ালটো কোনো সদস্য বাসগৃহত নাছিল৷ অগ্নি কাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply