চৰাইদেউঃচৰাইদেউ জিলাৰ অন্তৰ্গত শালকাঠনী চাহবাগিছাৰ ১০নং খণ্ডত নাহৰফুটুকী পিঞ্জৰাবদ্ধ।

বাগিছাৰ কৰ্তৃপক্ষ আৰু বনবিভাগৰ তত্ত্বাৱধানত পিঞ্জৰাবদ্ধ কৰা হয় নাহৰফুটুকীটো।

দীৰ্ঘদিনধৰি নাহৰফুটুকীটোৱে বাগিছা খনত সন্ত্ৰাস চলাই আহিছিল।

বাঘটো ধৰিবৰ বাবে বনবিভাগে কেইদিনমান পূৰ্বে স্থাপন কৰিছিল পিঞ্জৰাটো।

অৱশেষত শুকুৰবাৰে নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত বাগিছাৰ শ্ৰমিকসকলে স্বস্তিৰ নিশ্বাস পেলায়।

বনবিভাগৰ লোকে নাহৰফুটুকীটো হাবিত মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে।

আৰু পঢ়কঃ৩০ মাহৰ বেজী ৩০ দিনত দি শেষ কৰি দিলে নাৰ্ছে!ক’ত সংঘটিত হ’ল এই ঘটনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply