সোণাৰি: মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে হেলমেট নিপিন্ধা বাইক আৰোহীৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈছে চৰাইদেউ আৰক্ষী।
দুচকীয়া বাহনত হেলমেট নিপিন্ধা আৰোহীৰ বিৰুদ্ধে চৰাইদেউ জিলাৰ সদৰ সোণাৰিত আৰক্ষীৰ অভিযান।
আৰক্ষীৰ অভিযানত জৰিমণা ভৰিলে বহুজনে।
উল্লেখযোগ্য যে দুচকীয়া বাহনত দুয়োগৰাকী আৰোহীয়ে হেলমেট পিন্ধাটো বাধ্যতামূলক কৰিছে চৰকাৰে।
এই নিয়ম অৱজ্ঞা কৰা বাইক আৰোহীৰ বিৰুদ্ধে অভিযান চলাই জৰিমনা বিহিলে চৰাইদেউ আৰক্ষীয়ে।
সেয়েহে এতিয়াৰপৰা আপুনিও সতৰ্ক হওক।
হেলমেট পৰিধান নকৰিলে আপুনিও ভৰিব লাগিব এক হাজাৰ টকা জৰিমণা।

লগতে পঢ়ক- ক’ভিডত আক্ৰান্ত বৈঠালাংছ’ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply